Se connecter
Se connecter
Se connecter
Sélectionner la langue

Al-Muddattir 74:11 ذرني ومن خلقت وحيدا ١١

Page 575 · Juz 29

ذَرۡنِي
وَمَنۡ
خَلَقۡتُ
وَحِيدٗا
١١
যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া।
reading-goal:continue-reading

Lire q-and-a.tafsir

Ibn Kathir (Abridged)

A Threat for Whoever claims that the Qur'an is Magic

Allah threatens this wicked person whom He has favored with the blessings of this world, yet he is ungrateful for the blessings of Allah and he meets them with disbelief (in Allah) and rejection of His Ayat. He invents lies against Allah's Ayat and

…

A Threat for Whoever claims that the Qur'an is Magic

Allah threatens this wicked person whom He has favored with the blessings of this world, yet he is

…
Vue tafsirs

Lire related-content

8. এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, 9. সেই দিনটো হ’ব এটা সংকটৰ দিন- 10. যিটো কাফিৰসকলৰ বাবে সহজ নহয়। 11. যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া। 12. আৰু যাক মই প্ৰদান কৰিছোঁ বিপুল ধন-সম্পদ, 13. আৰু (প্ৰদান কৰিছোঁ) নিত্যসঙ্গী পুত্ৰসকল। 14. আৰু তাক প্ৰদান কৰিছোঁ স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ- 15. তথাপিও সি কামনা কৰে যে, মই যেন তাক আৰু অধিক দিওঁ! 16. কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী। 17. অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম। 18. নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে। 19. এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে? 20. আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে? 21. তাৰ পিছত সি লক্ষ্য কৰিলে। 22. তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে। 23. তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে। 24. তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’, 25. ‘এয়াতো মানুহৰেই কথা’। 26. অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম। 27. আৰু কিহে তোমাক জনাব ছাক্বাৰ কি? 28. ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব। 29. ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব। 30. ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)। 31. আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।

- Shaykh Rafeequl Islam Habibur-Rahman

reading-goal:continue-reading

Notes et Réflexions

reflection-not-available

Notes placeholders

Restez connecté(e) avec le Coran ❤️

De courts rappels significatifs pour se recentrer, méditer et rester connecté(e) au Coran.

Lire, Écouter, Rechercher et Méditer sur le Coran

Quran.com est une plateforme fiable utilisée par des millions de personnes dans le monde pour lire, rechercher, écouter et méditer sur le Coran en plusieurs langues. Elle propose des traductions, des tafsirs, des récitations, des traductions mot à mot et des outils pour une étude plus approfondie, rendant le Coran accessible à tous.

En tant que Sadaqah Jariyah, Quran.com se consacre à aider les gens à se connecter profondément au Coran. Soutenu par Quran.Foundation , une organisation à but non lucratif 501(c)(3), Quran.com continue de se développer en tant que ressource gratuite et précieuse pour tous, Alhamdulillah.

Naviguer
Accueil
Quran Radio
Récitateurs
À propos de nous
Développeurs
Mises à jour du produit
Avis
Aider
Faire un don
Nos projets
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
Projets à but non lucratif détenus, gérés ou sponsorisés par Quran.Foundation
Liens populaires
Douas du Coran
Verset du Coran du jour
Ayatul Kursi
Yaseen
Al Mulk
Ar-Rahman
Al Waqi'ah
Al Kahf
Al Muzzammil
Plan du site (sitemap)ConfidentialitéTermes et conditions
© 2026 Quran.com. Tous droits réservés
Contribuer