وارد شوید
وارد شوید
وارد شوید
انتخاب زبان

An-Najm 53:56 هاذا نذير من النذر الاولى ٥٦

صفحه ۵۲۸ · جزء ۲۷

هَٰذَا
نَذِيرٞ
مِّنَ
ٱلنُّذُرِ
ٱلۡأُولَىٰٓ
٥٦
অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী।
reading-goal:continue-reading

بخوانید q-and-a.tafsir

Ibn Kathir (Abridged)

A Warning and Exhortation, the Order to prostrate and to be humble

Allah said,

هَذَا نَذِيرٌ

(This is a warner) in reference to Muhammad ﷺ,

مِّنَ النُّذُرِ الاٍّوْلَى

(from the warners of old) means, just like the warners of old, he was sent as a Messenger as they were sent as Messengers. Allah the

…

A Warning and Exhortation, the Order to prostrate and to be humble

Allah said,

هَذَا نَذِيرٌ

(This is a warner) in reference to Muhammad ﷺ,

مِّنَ النّ

…
چشم انداز tafsirs

بخوانید related-content

۳۳. তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে? ۳۴. আৰু কিঞ্চিতহে দান কৰে, তাৰ পিছত বন্ধ কৰি দিয়ে? ۳۵. তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে? ۳۶. অথবা মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাইনে? ۳۷. আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)? ۳۸. এতেকে কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব, ۳۹. জানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে, ۴۰. আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব--- ۴۱. তাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান, ۴۲. আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য, ۴۳. আৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়, ۴۴. আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে, ۴۵. আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী, ۴۶. শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়, ۴۷. আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই, ۴۸. আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে, ۴۹. আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা (লুব্ধক) নক্ষত্ৰৰ প্ৰতিপালক। ۵۰. আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে, ۵۱. আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই। ۵۲. আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য। ۵۳. আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল, ۵۴. তাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল। ۵۵. এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক সন্দেহ কৰিবা? ۵۶. অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী। ۵۷. কিয়ামত নিকটৱৰ্তী। ۵۸. আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়। ۵۹. তোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি? ۶۰. আৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই? ۶۱. তোমালোক হৈছা উদাসীন, ۶۲. এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰেই ইবাদত কৰা।

- Shaykh Rafeequl Islam Habibur-Rahman

reading-goal:continue-reading

یادداشت‌ها و بازتاب ها

reflection-not-available

Notes placeholders

با قرآن در ارتباط باشید❤️

یادآوری‌های کوتاه و معنادار برای شروع مجدد، تأمل و ارتباط با قرآن.

قرآن بخوانید، گوش دهید، جستجو کنید و در قرآن فکر کنید

Quran.com یک پلتفرم قابل اعتماد است که میلیون‌ها نفر در سراسر جهان برای خواندن، جستجو، گوش دادن و تأمل در مورد قرآن به زبان‌های مختلف از آن استفاده می‌کنند. این پلتفرم ترجمه، تفسیر، تلاوت، ترجمه کلمه به کلمه و ابزارهایی برای مطالعه عمیق‌تر ارائه می‌دهد و قرآن را برای همه قابل دسترسی می‌کند.

به عنوان یک صدقه جاریه، Quran.com به کمک به مردم برای ارتباط عمیق با قرآن اختصاص دارد. Quran.com با حمایت Quran.Foundation ، یک سازمان غیرانتفاعی 501(c)(3)، به عنوان یک منبع رایگان و ارزشمند برای همه، به لطف خدا، به رشد خود ادامه می‌دهد.

پیمایش کنید
صفحه اصلی
رادیو قرآن
قاریان
درباره ما
توسعه دهندگان
به روز رسانی محصول
بازخورد
کمک
اهدا کنید
پروژه های ما
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
پروژه های غیرانتفاعی تحت مالکیت، مدیریت یا حمایت شده توسط Quran.Foundation
لینک های محبوب
دعاهایی از قرآن
آیه روز قرآن
Ayatul Kursi
Surah Yaseen
Surah Al Mulk
Surah Ar-Rahman
Surah Al Waqi'ah
Surah Al Kahf
Surah Al Muzzammil
نقشه سایتحریم خصوصیشرایط و ضوابط
© ۲۰۲۶ Quran.com. تمامی حقوق محفوظ است
مشارکت